APSC Preparation Tips by APSC 2018 Topper Angshulekha Dutta Pathak

Hello Readers, In this article we are providing APSC Preparation Tips and suggestions made by APSC Topper Angshulekha Dutta Pathak. APSC Topper Angshulekha Dutta Pathak has secured 46th Rank in Assam Public Service Commission (APSC) 2018 Examination. She has cleared the examination in her first attempt. She has done her Masters in Commerce from Gauhati University.

apsc preparation tips
  • আপুনি চিভিল চাৰ্ভিছ পৰীক্ষাৰ Preparation কৰিবলৈ কিদৰে অনুপ্ৰেৰণা পাইছিল ?

উত্তৰ ঃ মই সদায় dynamic কেৰিয়াৰ এটাৰ প্ৰতি আগ্ৰহী আছিলো। চিভিল চাৰ্ভিছ হ’ল এনে এটা কেৰিয়াৰ যি অকল dynamic য়েই নহয় মানৱ সেৱাৰ বাবেও এটা সুন্দৰ পথ।

  • যিহেতু এইতো আপোনাৰ First Attempt আছিল, আপুনি আপোনাৰ গ্ৰেজুৱেছ্যনৰ পিছতেই কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিছিলা?

উত্তৰ ঃ মই প্ৰথমতে General Studies ৰ প্ৰস্তুতি আৰম্ভ কৰিছিলো আৰু তেতিয়াই মই মই মোৰ অপচ্যনেল Subject Geography ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিলো আৰু সেইতোৱে মই অপচ্যনেল হিচাপে বাছনি কৰিছিলো।

  • Prelims আৰু মেইনচৰ প্ৰস্তুতি কিদৰে কৰিছিলা যিহেতু সাধাৰণতে শুনা  যায় যে Prelims আৰু Mains ৰ প্ৰস্তুতি একেলগে আৰম্ভ কৰা উচিত ?

উত্তৰঃ হয়, এই কথাষাৰৰ লগত ময়ো একমত । প্ৰথমতে মই Prelims ৰ কাৰণে Preparation কৰিছিলো তাৰ পিছত তিনিমাহ সময় মই Mains ৰ কাৰণে দিছিলো

  • আপুনি অপচ্যনেল subject কেনেদৰে select কৰিছিল?

উত্তৰ ঃ মই GS ৰ কাৰণে প্ৰ্স্তুতি চলাই থাকোতেই Geography ৰ প্ৰতিও আকৃষ্ট হৈছিলো । বিশেষকৈ মই Maps ৰ প্ৰতি বেছি Interested আছিলো।

  • আপুনি Answer Writing ৰ প্ৰেকটিচ কেনেদৰে কৰিছিল ?

উত্তৰ ঃ Answer Writing প্ৰেকটিচ হ’ল এটা অতি গুৰুত্বপূৰ্ণ অংগ গোটেই প্ৰস্তুতি কালছোৱাত। মই মেইনচৰ দুমাহ আগৰ পৰা ভালে কেইটা Mock Test দিছিলো আৰু তাৰ বাবে মই কেইটামান Coaching Institute Join কৰিছিলো। মই আটাইকেইটা বিষয়ৰ বাবে Notes বনোৱা নাছিলো কিন্তু Answer Writing Practice কৰিছিলো।

  • আপুনি Notes কেনেদৰে বনাইছিল ?

উত্তৰঃ মই অপছ্যনেল পেপাৰচৰ বাবে বিশেষভাৱে Notes বনাইছিলো। GS পেপাৰৰ বাবে মই কোনো ধৰণৰ Notes বনোৱা নাছিলো। GS পেপাৰৰ বাবে মই NCERT Books পঢ়িছিলো আৰু Answer Writings প্ৰেকচিচ কৰিছিলো।

  • আপুনি Current Affairs ৰ বাবে কেনেকৈ Preparation কৰিছিল ?

উত্তৰঃ Current Affairs ৰ বাবে মই The Assam Tribune আৰু The Hindu  কাকত দুখন পঢ়িছিলো। তাৰ বাহিৰেও Yojana আৰু Kurukshetra ৰ দৰে ৰাষ্ট্ৰীয় আলোচনীও পঢ়িছিলো।

  • আপুনি Essay বিষয়ৰ Preparation কেনেকৈ কৰিছিল ?

উত্তৰ ঃ মই Essay Writing প্ৰস্তুতি কৰোতে IBC (Introduction, Body, Conclusion) Format follow কৰিছিলো আৰু মই Essay ৰ বাবে কিছুমান facts , data আৰু quotes ৰ Preparation ও কৰিছিলো,তাৰ উপৰিও মই মোৰ essay খন Current Affairs ৰ লগত লিংক কৰিব চেষ্টা কৰিছিলো।

  • শেষত আপুনি নতুন APSC Aspirants সকললৈ কি পৰামৰ্শ দিব বিচাৰিব ?

উত্তৰ ঃ Consistency is the key in the APSC journey, You need to have patience, be consistent enough, work hard and believe in yourself. 

Hello Readers, these were the few APSC Preparation Tips from APSC Topper Angshulekha Dutta Pathak, in the coming weeks we will bring more tips for APSC and Assam Police aspirants from Other Toppers. Stay tuned to CETexam.guru and also feel free to comment if you have any queries regarding your preparations.

Leave a Comment

Your email address will not be published. Required fields are marked *